अर्थ : কোনো ব্যৱসায়-বাণিজ্যত সন্মিলিত হোৱা লোকৰ প্রত্যেক ব্যক্তিয়ে বিনিয়োগ কৰা পুঁজি বিশেষ
							उदाहरण : 
							ইনফচিচৰ শ্বেয়াৰৰ দাম বহুত বাঢ়িল
							
पर्यायवाची : অংশীদাৰী পত্র
अर्थ : জনসাধাৰণৰ লাভালাভৰ কাৰণে কোনো কোম্পানীয়ে উলিওৱা তেওঁলোকৰ পুঁজিৰ অংশ বিশেষ
							उदाहरण : 
							দীনেশে ৰিলায়েন্স কোম্পানীৰ শ্বেয়াৰ ক্রয় কৰিলে