अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
							उदाहरण : 
							এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
							
पर्यायवाची : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা
अर्थ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
							उदाहरण : 
							মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
							
पर्यायवाची : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা