अर्थ : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
							उदाहरण : 
							ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
							
पर्यायवाची : বাষ্পীভূত কৰা
अर्थ : আদ্রতা দূৰ কৰা
							उदाहरण : 
							অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
							
अर्थ : সজীৱতা বা সতেজতা ভাব নথকা
							उदाहरण : 
							অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
							
अर्थ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
							उदाहरण : 
							অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
							
पर्यायवाची : শুকাই যোৱা