अर्थ : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী
							उदाहरण : 
							সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে
							
अर्थ : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ
							उदाहरण : 
							মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে
							
पर्यायवाची : হেলমেট