अर्थ : যʼত শিল আছে
							उदाहरण : 
							মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
							
पर्यायवाची : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলৰ, শৈল, শৈলময়
अर्थ : যʼত শিল থাকে
							उदाहरण : 
							মায়ে শিলযুক্ত চাউলবোৰ বাচি আছে  শিলাময় ভূমিত খোজকাঢ়ি থাকোতে ভৰিটো পিচলি গʼল
							
पर्यायवाची : শিলযুক্ত
अर्थ : শিলৰ বা শিল সম্বন্ধীয়
							उदाहरण : 
							শিলাময় ক্ষেত্রত খনন কৰা বৰ কঠিন