अर्थ : কাৰোবাৰ মনত লালসা উপজাকৈ কৰা কাম
							उदाहरण : 
							দীপিকাই নিজৰ ভায়েকক চকলেট দেখুৱাই প্রলুব্ধ কৰি আছে
							
पर्यायवाची : প্রলুব্ধ কৰা
अर्थ : কাৰোবাক কিবা দেখুৱাই সেইটো পাবৰ কাৰণে অধীৰ কৰা
							उदाहरण : 
							সাধাৰণতে ডাঙৰে সৰু লʼৰা-ছোৱালীক ওচৰলৈ মাতিবৰ কাৰণে
							
पर्यायवाची : প্রলুব্ধ কৰা, প্রলোভিত কৰা