अर्थ : কোনো বস্তু আদিত সানমিহলি হৈ পৰা
							उदाहरण : 
							যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল
							
अर्थ : সম্পূর্ণৰূপে ভিজা বা তিতা
							उदाहरण : 
							জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে
							
पर्यायवाची : টেপটেপীয়া, লুতুৰ-পুতুৰ