अर्थ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
							उदाहरण : 
							লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে  মই এখন চিঠি লিখি আছো
							
पर्यायवाची : লিখা
अर्थ : খাতা আদিত লিখা কার্য
							उदाहरण : 
							বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
							
पर्यायवाची : অন্তর্ভুক্ত ্কৰা, তোলা