अर्थ : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা
							उदाहरण : 
							তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে
							
पर्यायवाची : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা
अर्थ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
							उदाहरण : 
							এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
							
पर्यायवाची : পোৱা
अर्थ : প্রাপ্ত হোৱা বা পোৱা কার্য
							उदाहरण : 
							তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই  মই বহুত ধন লাভ কৰিলো
							
पर्यायवाची : পোৱা, প্রাপ্তি ঘটা