अर्थ : যিমান লাগে সিমান
							उदाहरण : 
							এই কুঁ্ৱাৰ পানী কেৱল ্পাঁচ একৰ মাটিৰ জলসিঞ্চনৰ কাৰণে পর্যাপ্ত
							
पर्यायवाची : পর্যাপ্ত
अर्थ : যি পৰিমাণত বেছি
							उदाहरण : 
							তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল  তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী
							
पर्यायवाची : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ
अर्थ : যিমান প্রয়োজন সিমান বা যিমান হʼব লাগে সিমান
							उदाहरण : 
							এইখিনি আহাৰ চাৰিজনলোকৰ বাবে পর্যাপ্ত
							
पर्यायवाची : পর্যাপ্ত