अर्थ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
							उदाहरण : 
							তেওঁ বিচনাত চাদৰখন মেলি দিলে
							
पर्यायवाची : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
अर्थ : কোনো বস্তুৰ প্রসাৰিতকৰণ
							उदाहरण : 
							তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
							
पर्यायवाची : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা