अर्थ : হৰিণা জাতিৰ মাইকী
							उदाहरण : 
							চিৰিয়াখানাত হৰিণীবোৰে দেও দি আছে
							
पर्यायवाची : কুৰঙ্গিনী, কুৰঙ্গী, মাইকী হৰিণ, মাইকী হৰিণা, হৰিণী
अर्थ : ৰোগী অকস্মাৎ বেহুচ হৈ ঠাইতে পৰি যোৱা এবিধ বেমাৰ
							उदाहरण : 
							মৃগী দুৰাৰোগ্য নহয়
							
पर्यायवाची : মৃগী বেমাৰ, মৃৰগী, হিষ্টিৰীয়া, ্ আঁৱৰীয়া