अर्थ : হিন্দুৰ ষোল্লটা সংস্কাৰৰ ভিতৰত এটা সংস্কাৰ যʼত শিশুৰ মূৰ খুৰোৱা হয়
							उदाहरण : 
							তেওঁ ্বাৰাণসীত নিজৰ সন্তানৰ মুণ্ডন কৰালে
							
अर्थ : খুৰৰ সহায়ত মূৰৰ চুলি চফা কৰা কার্য
							उदाहरण : 
							মোৰ ককাদেউতাই প্রতিটো পিতৃশ্রাদ্ধতে নিজৰ মুণ্ডন কৰে