अर्थ : সূতা, ৰেচম আদিৰ গুচ্চ
							उदाहरण : 
							শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
							
पर्यायवाची : মুঠা
अर्थ : মুঠিত অহা পৰিমাণৰ বস্তু
							उदाहरण : 
							তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
							
अर्थ : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
							उदाहरण : 
							লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে