अर्थ : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
							उदाहरण : 
							বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
							
पर्यायवाची : বুৰুজ
अर्थ : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি
							उदाहरण : 
							মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ
							
पर्यायवाची : স্তম্ভ