अर्थ : মূল্য বা দাম কম হোৱা কার্য ্বা ভাৱ
							उदाहरण : 
							বজাৰত এতিয়া মন্দা অৱস্থা চলি আছে
							
पर्यायवाची : মন্দাৱস্থা
अर्थ : বজাৰত বিক্রী কম হোৱা কার্য ্বা অৱস্থা
							उदाहरण : 
							শেয়াৰ বজাৰত হঠাৎ অহা মন্দাৰ কাৰণে তেওঁ বহুত ্লোকচান ভৰিলে
							
पर्यायवाची : মন্দাৱস্থা