अर्थ : মনো বিজ্ঞানৰ জ্ঞাতা
							उदाहरण : 
							তেওঁ এজন সুপ্রসিদ্ধ মনোবৈজ্ঞানিক
							
अर्थ : মনোবিজ্ঞানৰ জ্ঞান থকা লোক
							उदाहरण : 
							এই সন্মিলনখনত দেশ-বিদেশৰ মনোবৈজ্ঞানিকসকলে ভাগ লʼব
							
पर्यायवाची : মনোবিজ্ঞানী
अर्थ : মনোবিজ্ঞান বিষয়ত যাৰ ভাৰ দখল আছে
							उदाहरण : 
							ইয়াত ভাল মনোবৈজ্ঞানিকৰ অভাৱ আছে
							
पर्यायवाची : মনোবিজ্ঞানী