अर्थ : মানি লোৱা
							उदाहरण : 
							ঠেহ পতা ৰাণীয়ে মানিলে
							
अर्थ : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা
							उदाहरण : 
							মই তেখেতক বহুত মানো
							
अर्थ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
							उदाहरण : 
							মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
							
पर्यायवाची : মানি লোৱা, স্বীকাৰ কৰা
अर्थ : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা
							उदाहरण : 
							মই নিৰাকাৰ ঈশ্বৰক মানো
							
अर्थ : মহত্ত্ব বুজি পোৱা
							उदाहरण : 
							এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক