अर्थ : মনত ওপজা ব্যথা
							उदाहरण : 
							ৰামে নিজৰ মনোবেদনা কাকো কʼব নিবিচাৰে  মই মোৰ অন্তর্বে্দনা কাক শুনাও ?
							
पर्यायवाची : অন্তর্বে্দনা, মনোবেদনা
अर्थ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট
							उदाहरण : 
							ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল  তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে
							
पर्यायवाची : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ