अर्थ : যি প্রায়েই কোনো নিচাৰ সেৱন কৰে
							उदाहरण : 
							দুজন নিচাখোৰে নিচা খোৱাৰ পিছত  নিজৰ মাজতেই থোতা-মোজা লাগিল
							
पर्यायवाची : নিচাখোৰ
अर्थ : যিয়ে নিচা লগাবৰ কাৰণে নিচাজাতীয় পদার্থ সেৱন কৰে
							उदाहरण : 
							নিচাত মাৰপিট কৰাৰ কাৰণে দুজন নিচাখোৰ লোক জেললৈ যাব লগা হʼল
							
पर्यायवाची : টং হৈ থকা-, নিচাগ্রস্ত, নিচাসক্ত