अर्थ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
							उदाहरण : 
							লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
							
पर्यायवाची : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, সম্পূর্ণ
अर्थ : যিমান অধিক সোমাই থকিব পাৰে সিমান সোমাই থকা
							उदाहरण : 
							পুখুৰীটো পানীৰে ভৰপূৰ
							
पर्यायवाची : ভৰ-পূৰ
अर्थ : সম্পূর্ণৰূপে ভৰি থকা
							उदाहरण : 
							তেওঁ ্মোৰ হাতৰ পৰা গাখীৰেৰে ভৰপূৰ হৈ থকা গিলাচটো নমাই থʼলো