अर्थ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
							उदाहरण : 
							সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
							
पर्यायवाची : ভাড়া
अर्थ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
							उदाहरण : 
							ইয়াৰ পৰা দিল্লীলৈ  ভাড়া কিমান
							
पर्यायवाची : পৰিবহন ভাৰা, ভাড়া