अर्थ : বহুতো মানুহৰ সন্মুখত কোনো বিষয়ে কোৱা বিস্তাৰিতভাৱে কোৱা কথা
							उदाहरण : 
							গান্ধীজীৰ ভাষণ শুনিবৰ কাৰণে দূৰ-দূৰণৰ পৰা মানুহ আহিছিল
							
पर्यायवाची : বক্তৃতা
अर्थ : কোনো বিষয়ত কোৱা এনেকুৱা কথা যি কোনো বিষয় স্পষ্ট কৰি দিয়ে
							उदाहरण : 
							যৌতুক সম্পর্কীয় ্তেওঁৰ ্ভাষণ কিছু প্রশংসাসূচক আছিল
							
पर्यायवाची : বক্তব্য