अर्थ : বহাৰ স্থান
							उदाहरण : 
							বৈঠকখানা সম্পূর্ণৰূপে ভৰি আছিল
							
अर्थ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা
							उदाहरण : 
							চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
							
पर्यायवाची : অতিথি-কোঠা, চʼৰাঘৰ