अर्थ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
							उदाहरण : 
							তেওঁ ্সদায় আনৰ নিন্দা কৰে
							
पर्यायवाची : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা
अर्थ : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য
							उदाहरण : 
							তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে
							
अर्थ : বেয়া দশা বা অৱস্থালৈ অনা কার্য
							उदाहरण : 
							ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে
							
अर्थ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
							उदाहरण : 
							দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
							
पर्यायवाची : নষ্ট কৰা