अर्थ : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
							उदाहरण : 
							চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
							
पर्यायवाची : জামুক ৰং, বেঙ্গুনীয়া
अर्थ : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
							उदाहरण : 
							বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়