अर्थ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
							उदाहरण : 
							মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
							
पर्यायवाची : কোৱা
अर्थ : কোনো কথা আদি জানি লোৱা
							उदाहरण : 
							বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
							
अर्थ : বোধ বা জ্ঞান উদয় হোৱা
							उदाहरण : 
							শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
							
अर्थ : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
							उदाहरण : 
							তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে