अर्थ : ফুলযুক্ত উদ্ভিদ বা শস্যৰ দানা বিশেষ অথবা বৃক্ষৰ ফলৰ সেইবোৰ গুটি যʼৰ পৰা ঠিক একেধৰণৰ নতুন উদ্ভিদ, শস্য বা বৃক্ষ উৎপন্ন হয়
							उदाहरण : 
							খেতিয়কে পথাৰত ঘেঁহুৰ বীজ সিঁচি আছে
							
अर्थ : যি কোনো কাম আদিৰ বাবে প্রেৰণা দিয়ে বা কোনো কাৰণবশতঃ উৎপন্ন হোৱা ভাৱ
							उदाहरण : 
							মনোহৰৰ ব্যৱহাৰে শীলাৰ মনত ঘৃণাৰ বীজ ৰোপন কৰিলে