अर्थ : বিশ্বাসঘাতকতা কৰা ব্যক্তি
							उदाहरण : 
							আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
							
पर्यायवाची : বিশ্বাসঘাতকী, বিশ্বাসঘাতী
अर्थ : বিশ্বাসঘাত কৰোতাজন
							उदाहरण : 
							বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
							
पर्यायवाची : বিশ্বাসঘাতকী, বিশ্বাসঘাতী