अर्थ : থালী বা পাতত আহাৰ দিয়া কার্য
							उदाहरण : 
							মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
							
पर्यायवाची : পৰিৱেশন কৰা, বঢ়া
अर्थ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
							उदाहरण : 
							ৰামুৱে মজলিচত পাণ বিলাই আছিল
							
पर्यायवाची : পৰিৱেশন কৰা