अर्थ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
							उदाहरण : 
							সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
							
पर्यायवाची : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, ভূষিত, সজ্জিত
अर्थ : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
							उदाहरण : 
							তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
							
पर्यायवाची : অলংকৃত