अर्थ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
							उदाहरण : 
							ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
							
पर्यायवाची : ভাগ-বাটোৱাৰা
अर्थ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
							उदाहरण : 
							আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
							
पर्यायवाची : হৰণ অংক