अर्थ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
							उदाहरण : 
							আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
							
पर्यायवाची : পর্যালোচনা, বিচাৰ, বিচাৰ-বিবেচনা, মীমাংসা, মূল্যায়ন
अर्थ : কোনো বস্তুক ভালধৰণে বিচাৰ বা পৰীক্ষা কৰা কার্য
							उदाहरण : 
							ভালধৰণে বিবেচনা কৰাৰ পিছত কথাটোৰ সত্যতা স্বীকাৰ কৰা উচিত
							
पर्यायवाची : চালিজাৰি চোৱা-