अर्थ : প্রতিকূল হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							প্রতিকূলতাই যিকোনো কামকে জটিল কৰি তোলে
							
पर्यायवाची : প্রতিকূলতা, প্রতিকূলাচৰণ, প্রতিপক্ষতা
अर्थ : উচিত-অনুচিত বিচাৰ নকৰি কোনো এক পক্ষৰ প্রতি দেখুওৱা সহানুভূতি আৰু সেই পক্ষক ্ সমর্থন ্ কৰা কার্য ্ বা ভাৱ
							उदाहरण : 
							আমি পক্ষপাতিতাৰ উর্ধত গৈ সকলোৰে কল্যাণৰ কাৰণে কাম কৰা উচিত
							
पर्यायवाची : অনিৰপেক্ষতা, একদেশদর্শিতা, পক্ষপাত, পক্ষপাতিতা, পক্ষপাতিত্ব, পক্ষানুৰাগ, পক্ষাৱলম্বন, সপক্ষতা