अर्थ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
							उदाहरण : 
							সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
							
पर्यायवाची : আলোচনা, আলোচনা-বিলোচনা, চিন্তা-চর্চা
अर्थ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
							उदाहरण : 
							আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
							
पर्यायवाची : পর্যালোচনা, বিচাৰ, বিবেচনা, মীমাংসা, মূল্যায়ন