अर्थ : বার্মা দেশৰ মূল অধিবাসী
							उदाहरण : 
							পোর্টব্লেয়াৰত অৱস্থিত বৌদ্ধ মন্দিৰে আজিও বার্মিজসকলৰ স্মৃতি সজীৱ কৰি ৰাখিছে
							
पर्यायवाची : বার্মাবাসী
अर्थ : যি লিপিত বার্মিজ ভাষা লিখা হয়
							उदाहरण : 
							এই বৌদ্ধ স্তুপটোৰ ওপৰত বার্মিজত কিবা লিখা আছে
							
पर्यायवाची : বার্মিজ লিপি