अर्थ : কোনো কথাত লগা বাদানুবাদ
							उदाहरण : 
							আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
							
पर्यायवाची : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিবাদ
अर्थ : অনাহকত কৰা তর্ক ্বা বিবাদ
							उदाहरण : 
							এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
							
पर्यायवाची : বাক-বিতণ্ডা, বিতণ্ডা