अर्थ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
							उदाहरण : 
							চালকজনে লʼৰাটোক ঘোঁৰাত  বহুৱালে
							
पर्यायवाची : উঠোৱা
अर्थ : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
							उदाहरण : 
							ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
							
अर्थ : কোনো পদত কার্যনি্র্বাহ কৰা
							उदाहरण : 
							চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
							
पर्यायवाची : আসীন কৰা