सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাপোৰ, চামৰা আদিৰে খেলিবলৈ সাজি লোৱা গোলাকাৰ বস্তু:এই বলটোত বতাহ নাই শিশুবোৰে বল লৈ খেলিবলৈ বৰ ভাল পায়
उदाहरण :
अर्थ : ক্রিকেট খেলত বলাৰে বলিং কৰা কার্য
उदाहरण : শচীনে চৈয়ব আখটাৰৰ প্রথম বলতে ছয় কোবালে
अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
उदाहरण : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
पर्यायवाची : জোৰ, তেজ, পৰাক্রম, শকতি, শক্তি
इंस्टॉल करें