अर्थ : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে
							उदाहरण : 
							
							
पर्यायवाची : টান কৰা
अर्थ : যিকোনো বস্তুক একগোট কৰি বন্ধা
							उदाहरण : 
							বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে
							
पर्यायवाची : পেক কৰা
अर्थ : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া
							उदाहरण : 
							তেওঁ খৰিবোৰ বান্ধি আছে
							
पर्यायवाची : গ্রন্থন কৰা, জৰী পকা
अर्थ : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়
							उदाहरण : 
							ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে