अर्थ : কোনো কাম, ব্যৱস্থা আদিৰ সম্পর্কে ্ৰাজ্যৰ দ্বাৰা দিয়া বা উলিওৱা আধিকাৰিক আদেশ
							उदाहरण : 
							আয়কৰ বিভাগে একত্রিশ মার্চলৈকে কৰ জমা দিয়াৰ অধ্যাদেশ জাৰি কৰিছে
							
पर्यायवाची : অধ্যাদেশ
अर्थ : যি পত্রৰ দ্বাৰা কাৰোবাক কোনো আজ্ঞা বা আদেশ দিয়া হয়
							उदाहरण : 
							আদালতৰ পৰা  পোৱা আদেশ পত্র অনুসৰি আমি এই ঘৰটো এৰি যোৱা উচিত
							
पर्यायवाची : আজ্ঞা পত্র, আদেশ পত্র, পৰোৱানা, হুকুমনামা