अर्थ : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
							उदाहरण : 
							বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
							
पर्यायवाची : ফুলাই তোলা
अर्थ : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
							उदाहरण : 
							কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
							
पर्यायवाची : পৰিস্ফূট কৰা
अर्थ : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
							उदाहरण : 
							লʼৰাটোৱে বেলুন ফুলায় আছে