अर्थ : যʼত ফুল ফুলি আছে
							उदाहरण : 
							এই ফুলযুক্ত উদ্ভিদ জোপাই বাগিছাখনত শোভা বর্ধন কৰি আছে
							
अर्थ : যʼত বুটা বা ফুল-পাত আদি কঢ়া বা তোলা হৈছে
							उदाहरण : 
							চালমাই ভোজমেলত বহুত ধুনীয়া ৰঙা ৰঙৰ ফুলাম শাৰী পিন্ধি আছিল
							
पर्यायवाची : ফুলাম
अर्थ : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
							उदाहरण : 
							বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
							
पर्यायवाची : সপুষ্পক