अर्थ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
							उदाहरण : 
							তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
							
पर्यायवाची : ফটা
अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
							उदाहरण : 
							শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
							
पर्यायवाची : আঁতৰি যোৱা, আঁ্তৰা, ফটা
अर्थ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
							उदाहरण : 
							গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
							
पर्यायवाची : ফটা
अर्थ : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
							उदाहरण : 
							জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
							
पर्यायवाची : চিৰাচিৰ হোৱা
अर्थ : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
							उदाहरण : 
							খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
							
पर्यायवाची : চিৰাল ফটা দিয়া