अर्थ : পৰিশ্রম কৰা ব্যক্তি
							उदाहरण : 
							পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব
							
पर्यायवाची : অধ্যৱসায়ী, উদ্যমী, পুৰুষার্থী
अर्थ : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়
							उदाहरण : 
							
							
पर्यायवाची : অধ্যৱসায়ী, উদ্যমী, পুৰুষার্থী, ্ কর্মঠ