अर्थ : বহুদিনৰ পৰা চলি অহা ৰীতি-নীতি মানি চলা কোনো বাদ বা সিদ্ধান্ত
							उदाहरण : 
							কেতিয়াবা কেতিয়াবা পৰম্পৰাবাদ উন্নতিৰ প্রধান অন্তৰায় হৈ পৰে
							
अर्थ : আধুনিক বিচাৰবোধৰ তুলনাত ৰীতি-নীতি আৰু পৰম্পৰাক সমাজৰ বাবে অধিক হিতকৰ বুলি গণ্য কৰা এক মতবাদ
							उदाहरण : 
							আমাৰ ঘৰৰ সকলোৱে পৰম্পৰাবাদক মানি চলি আহিছে