अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
							उदाहरण : 
							স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
							
पर्यायवाची : উছৱ, উৎসৱ, পর্ব, ্উৎসৱ-পার্বণ
अर्थ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম
							उदाहरण : 
							বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান
							
पर्यायवाची : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পর্ব, ্সকাম