अर्थ : কোনো কাম কৰাৰ কাৰণে কাৰোবাৰ সন্মুখত দাঙি ধৰা বিচাৰ
							उदाहरण : 
							প্রধানমন্ত্রীয়ে পাকিস্তানৰ সন্মুখত শান্তিৰ প্রস্তাৱ ৰাখিছে
							
अर्थ : বিবাহৰ বাবে কাৰোবাৰ আগত বা কাৰোবাৰ পৰিয়ালৰ আগত ৰখা প্রস্তাৱ
							उदाहरण : 
							শ্যামৰ ডাঙৰ পুতেকৰ বাবে বহুতো প্রস্তাৱ আহিছে
							
पर्यायवाची : বিবাহ প্রস্তাব