अर्थ : যেনেকৈ আশা বা প্রত্যাশা কৰা হৈছে
							उदाहरण : 
							পৰীক্ষাত মই প্রত্যাশিত ফলাফল লাভ কৰিছোঁ
							
पर्यायवाची : আশানুকূল, আশানুৰূপ, আশান্বিত, প্রত্যাশিত, মনে ভবা
अर्थ : যেতিয়া কোনো বস্তু, কথা আদিৰ প্রতীক্ষা কৰা হয়
							उदाहरण : 
							প্রতীক্ষিত ব্যক্তি এতিয়ালৈকে নাহিল
							
पर्यायवाची : অপেক্ষিত