अर्थ : অত্যধিক হোৱাৰ ভাব বা অৱস্থা
							उदाहरण : 
							শৰীৰত ্শর্ক্্ৰাৰ প্রচুৰতাৰ কাৰণে মধুমেহ হয়
							
पर्यायवाची : অতিশয়তা, অত্যধিকতা, প্রাচুর্য্য, বিপুলতা
अर्थ : অধিক হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							ধনৰ প্রচুৰতাই তেওঁক ্অহংকাৰী কৰি তুলিছে
							
पर्यायवाची : অধিকতা, আধিক্য, প্রাচুর্য, ্প্রাচুর্য্য